কবিতাঃ তোমাৰ স্পৰ্শঃ কৰিস্মীতা গগৈ
তোমাৰ স্পৰ্শ
তুমিয়েতো প্ৰাণ দিছিলা
মোৰ মৰহি যোৱা কবিতাৰ পাপৰিত
তুমি স্পৰ্শ কৰিছিলা মোক
আৰু হঠাৎ মোৰ হেঁপাহৰ পৃথিৱীখনত
সৰগৰ পাৰিজাত প্ৰস্ফুটিত হৈ উঠিছিল
@কৰিস্মীতা গগৈ
তুমিয়েতো প্ৰাণ দিছিলা
মোৰ মৰহি যোৱা কবিতাৰ পাপৰিত
তুমি স্পৰ্শ কৰিছিলা মোক
আৰু হঠাৎ মোৰ হেঁপাহৰ পৃথিৱীখনত
সৰগৰ পাৰিজাত প্ৰস্ফুটিত হৈ উঠিছিল
@কৰিস্মীতা গগৈ
বাঃ!
ReplyDeleteধন্যবাদ মোৰ কবিতাটো upload দিয়াৰ বাবে।
ReplyDeleteধন্যবাদ আপোনাকহে৷ আমাৰ ব্লগত লিখাৰ বাবে
Deleteকণমানি বহুত ধুনীয়া অনুভৱ।
ReplyDeleteবহুত বহুত ধন্যবাদ
Delete