কবিতাঃ তোমাৰ স্পৰ্শঃ কৰিস্মীতা গগৈ

তোমাৰ স্পৰ্শ


তুমিয়েতো প্ৰাণ দিছিলা
মোৰ মৰহি যোৱা কবিতাৰ পাপৰিত
তুমি স্পৰ্শ কৰিছিলা মোক
আৰু হঠাৎ মোৰ হেঁপাহৰ পৃথিৱীখনত
সৰগৰ পাৰিজাত প্ৰস্ফুটিত হৈ উঠিছিল


@কৰিস্মীতা গগৈ 

Comments

  1. ধন্যবাদ মোৰ কবিতাটো upload দিয়াৰ বাবে।

    ReplyDelete
    Replies
    1. ধন্যবাদ আপোনাকহে৷ আমাৰ ব্লগত লিখাৰ বাবে

      Delete
  2. ৰূপম ৰিদিপNovember 18, 2018 at 1:19 AM

    কণমানি বহুত ধুনীয়া অনুভৱ।

    ReplyDelete
    Replies
    1. বহুত বহুত ধন্যবাদ

      Delete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ