কবিতা
লিমাৰিক।
ভাস্কৰ বৰডেকা
চলাইছে দেশ
পিন্ধি মানৱৰ ভেশ,
সিহঁতৰ বেংক বেলেন্সৰ স্বাৰ্থত
আমি বোৰ শেষ৷
২
আহিল ছাল ফটা ঠাণ্ডা
গা নোধোৱা মোৰ এটা ধান্দা,
মাজে মাজে খাব লাগে মা-দেউতাৰ দাণ্ডা৷
৩
বিনা মূলধনে কৰা ব্যাৱসায়ৰ নাম এটা হ’ল “সংস্কৃতি অৱ চান্দা”
৪
শেষ ৰণ
ভাঙিল মন,
ল’লো পণ
বিশ্বাসে মূলধন৷
শুনিছানে বন্ধুগণ !
৫
কালি অসম বন্ধ,
বিয়পিছে ক্ষমতা লোভৰ গোন্ধ
আৱেগত হ’ব ধৰিছো আমি অন্ধ৷
৬
মিঠা আমত বহুত পোক
কৈ আছে খা খা মোক মোক,
দুখীয়াবোৰ হৈ পৰিছে সমাজৰ “জোক”?
যিমান খালেও নকমে ইহঁতৰ ভোক৷
৬
সময়
সময়ে আঁচুৰিছে, সময়ে ঘাঁ ভৰাইছে,
সময়বোৰ গৈছে
সময়ে শিকাইছে,
সময়ে দিছে
সময়ে নিছে,
সময়ে লৈছে
সময়ে সময়ক লুকাইছে৷
ভাস্কৰ বৰডেকা
চলাইছে দেশ
পিন্ধি মানৱৰ ভেশ,
সিহঁতৰ বেংক বেলেন্সৰ স্বাৰ্থত
আমি বোৰ শেষ৷
২
আহিল ছাল ফটা ঠাণ্ডা
গা নোধোৱা মোৰ এটা ধান্দা,
মাজে মাজে খাব লাগে মা-দেউতাৰ দাণ্ডা৷
৩
বিনা মূলধনে কৰা ব্যাৱসায়ৰ নাম এটা হ’ল “সংস্কৃতি অৱ চান্দা”
৪
শেষ ৰণ
ভাঙিল মন,
ল’লো পণ
বিশ্বাসে মূলধন৷
শুনিছানে বন্ধুগণ !
৫
কালি অসম বন্ধ,
বিয়পিছে ক্ষমতা লোভৰ গোন্ধ
আৱেগত হ’ব ধৰিছো আমি অন্ধ৷
৬
মিঠা আমত বহুত পোক
কৈ আছে খা খা মোক মোক,
দুখীয়াবোৰ হৈ পৰিছে সমাজৰ “জোক”?
যিমান খালেও নকমে ইহঁতৰ ভোক৷
৬
সময়
সময়ে আঁচুৰিছে, সময়ে ঘাঁ ভৰাইছে,
সময়বোৰ গৈছে
সময়ে শিকাইছে,
সময়ে দিছে
সময়ে নিছে,
সময়ে লৈছে
সময়ে সময়ক লুকাইছে৷
এই ব্লগৰ প্ৰথমটো আপলোড ৷ অভিনন্দন ভাস্কৰ !
ReplyDeleteধন্যবাদ ভিনি
ReplyDeleteসুন্দৰ
ReplyDeleteভাল লাগিল ভাস্কৰ
ReplyDeleteখুব সুন্দৰ
ReplyDeleteখুব সুন্দৰ
ReplyDeleteঅভিনন্দন ভাস্কৰ
ReplyDeleteককাইদেউ সুন্দৰ....
ReplyDeleteঅভিনন্দন ককাইদেউ ।
ReplyDeleteঅভিনন্দন ভাস্কৰ!তৃপ্তি বা
ReplyDeleteলিমাৰিক কিং বৰডেকালৈ অভিনন্দন।
ReplyDeleteভাল হৈছে দাদা
ReplyDeleteসুন্দৰ
ReplyDeleteসুন্দৰ লিখিছা ভাস্কৰ
ReplyDelete