কবিতাঃ বিষাদঃ শিল্পাশ্ৰী দাস

বিষাদ
শিল্পাশ্ৰী দাস

বিনিদ্র ৰজনীৰ স'তে হাচনাহানাৰ মিতিৰালি
সুঘ্ৰাণ বিয়পি পৰে চৌদিশ
উজাই বয় হৃদয়লৈ
এন্ধাৰত জিলিকি ৰয়
হাচনাহানাৰ পাতত নিয়ৰৰ টোপাল
আৰু এযুৰি সজল চকুত
টলমল এধাৰি অশ্রুকণা...

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ