প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ
প্ৰবন্ধ:: সাংখ্য দৰ্শন ::সঞ্জীৱ মজুমদাৰ সংস্কৃত "সিন্ধু" শব্দৰ পৰা উদ্ভূত "হিন্দু" শব্দটো ভাৰতবৰ্ষত কেৱল এটা সভ্যতা বুজোৱাতে সীমাবদ্ধ নাথাকিল। ক্ৰমে ই এক সনাতন ধৰ্ম আৰু দৰ্শনৰো বাহক হৈ পৰিল। হিন্দু দৰ্শন বুলি ক'লে প্ৰাচীন ভাৰতৰ মুঠ ছটা দৰ্শনৰ সমষ্টিক বুজা যায়। ন্যায়, সাংখ্য, যোগ, বৈশেষিক, পূৰ্ব্ব মীমাংসা আৰু উত্তৰ মীমাংসা (বেদান্ত দৰ্শন)। এই কেউটাকে একেলগে ষড়দৰ্শন বুলি জনা যায়। এই আটাইকেইটা দৰ্শনৰ মতাদৰ্শী সকলে কৰ্ম্ম আৰু পুনৰ্জনমক বিশ্বাস কৰে। লগতে মোক্ষপ্ৰাপ্তি অৰ্থাৎ "জন্ম-মৃত্যু-পুনৰজনম" এই চক্ৰৰ পৰা মুক্তি লাভ কৰাটোকেই মনুষ্য জনমৰ পৰম লক্ষ্য বুলি বিবেচনা কৰে। সাংখ্য, সাংখ্য-তত্ত্ব, সাংখ্য-দর্শন বা সাংখ্য-সপ্ততি হৈছে ভাৰতীয় ষড়দর্শনৰ অন্যতম প্রাচীন দর্শন। কপিল মুনিয়ে এই দর্শন প্রণয়ন কৰিছিল। এইবাবে এই দর্শনক "কপিল-দর্শন" বুলিও কোৱা হয়।পণ্ডিত সকলৰ মতে ঋষি কপিল বুদ্ধদেৱৰো আগৰ আৰু পণ্ডিতসকলে "তত্ত্বসমাস" আৰু "সাংখ্য প্রৱচন" এই দুখন গ্রন্থ ঋষি কপিলৰ দ্বাৰা ৰচিত বুলি দাবী কৰে। অৱশ্যে তৃতীয় শতাব্দীৰ ঈশ্বৰকৃষ্ণৰ দ্বা...
Amusing
ReplyDeleteসুন্দৰ
ReplyDelete