মৰীচিকা ২

তাই: মোৰ বাবে গোটেই পৃথিৱীখনেই তুমি।কিন্তু তোমাৰ পৃথিৱীত মোৰ স্থান তেনেই নগণ্য বুলি জানো।

সি: হুম,(অলপ ৰৈ) জানিছিলা  যদি ভুলবোৰ কিয় কৰিলা?

তাই: দোষ তোমাৰেই

সি: মোৰ!কেনেকৈ?

তাই: য’ত NO ENTRY চাইন ব’ৰ্ড মাৰি থোৱা থাকে, হেঁপাহবোৰ তালৈয়ে বেছি জাগে...

দুয়োটাই খিলখিলাই হাঁহি দিলে,

সময়ে সকলো সলনি কৰি দিব বুলি কৈ সি তাইৰ হাতখন খামুচি ধৰিলে,তাই হুমম বুলি শলাগ লৈ আগবাঢ়িল,

মনে মনে ভাবি গ'ল, সলনি হ'ব সকলো সলনি হ'ব,পার্থক্য মাথোঁ এটাই--

 তুমি তোমাৰ বাবেই  জীয়াই থাকিবা আৰু মই তোমাক লৈ জীয়াই থাকিম....

@দীপাঞ্জলী দাস

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ