কবিতাঃ তোমাৰ আগমনতঃ কৰিস্মীতা গগৈ

তোমাৰ আগমনত

কুঁহিপাতত বহাগ নামে,
সৰা পাতত ফাগুন নামে,
তোমাৰ আগমনত...
মোৰ বুকুত শেৱালী ফুলে,
জোনাক নামে 
কুঁৱলীৰ আস্বাদনৰ আঁৰে আঁৰে।

              _কৰিস্মীতা গগৈ

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ