আলাপঃ সুখৰ সংজ্ঞাঃ উত্তৰা শৰ্মা বৰুৱা

সুখৰ সংজ্ঞা:

উত্তৰা শৰ্মা বৰুৱা

        এখন দামী গাড়ী, এটা প্ৰকাণ্ড ঘৰ,কিছু সোণ, হীৰাৰ অলংকাৰ, শ্বপিং,ফৰেইন ট্ৰিপ কাৰোবাৰ সুখৰ সংজ্ঞা।
 
আটোমটোকাৰীকৈ সজোৱা এখন সৰু ঘৰ,দুচকীয়াখনত পতি-পত্নীৰ সপোন,পুৱা অফিচলৈ ওলাই যোৱা পতিলৈ আগ্ৰহেৰে বাট চাই ৰোৱা পত্নীৰ সতে বন্ধৰ দিনত নৈৰ পাৰত নিৰিবিলি সন্ধ্যা উপভোগ এয়াও আন কাৰোবাৰ সুখৰ সংজ্ঞা। 
পুৱাতে দাখন লৈ ওলাই যোৱা মানুহজনে গধূলী হাতত অনা টোপোলাতোও কাৰোবাৰ সুখৰ সংজ্ঞা।
     আচলতে কিনো সুখ। মোহত আবদ্ধ জীৱনৰ প্ৰতিটো প্ৰয়োজন সুখৰ সংজ্ঞাটো হ’ব নোৱাৰে। অপ্ৰাপ্তিয়ে দুখৰ আকৰ তেনে কিয় নকমাও প্ৰয়োজন ? মাত্ৰাধিক প্ৰয়োজনে আমাক অসুখী কৰে।
শ‌ইকীয়ানীৰ ঘৰত আজি ডাঙৰ গাড়ী আনিলে, আমাৰহে এই বাকচখন আৰু !
আচলতে আমাৰ বাবে এইখনেই যথেষ্ট এইয়া সুখৰ পথ।
বিচৰাৰ ওপৰতে নিৰ্ভৰ সুখৰ সংজ্ঞা‌ ।প্ৰয়োজন খিনি পুৰ হ’লে সুখ প্ৰয়োজন পুৰ হৈ পৰাৰ পাছতো বিচৰাখিনি অসুখ।
সেয়ে সুখ বিচাৰো আহকচোন।

_______________________

Comments

  1. কথাবোৰ এনেকুৱাই!

    ReplyDelete
  2. কথাবোৰ এনেকুৱাই!

    ReplyDelete
  3. সুখৰ সংজ্ঞা নাই সেইকাৰণে আমি বোৰ সুখী

    ReplyDelete
  4. বা ভাল লাগিল....সকলোৱে সুখৰ সংজ্ঞা ভিন্ন ভিন্ন...কোনোবা জন অলপ মানতে সুখী কোনোবা জন আকৌ সকলো থাকিও সুখী হব নোৱাৰে...

    ReplyDelete
  5. বা ভাল লাগিল....সকলোৱে সুখৰ সংজ্ঞা ভিন্ন ভিন্ন...কোনোবা জন অলপ মানতে সুখী কোনোবা জন আকৌ সকলো থাকিও সুখী হব নোৱাৰে...

    ReplyDelete
  6. This comment has been removed by the author.

    ReplyDelete
  7. বৰ ধুনীয়াকৈ লিখিছে ৷

    ReplyDelete
  8. বৰ ভাল লাগিল।তৃপ্তি

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ