কবিতাঃ ছাঁয়াঃ মৃদুপৱন গোহাঁই

ছাঁয়া

       মৃদুপৱন গোহাঁই

যেতিয়া তুমি কান্দা
তোমাৰ প্ৰচ্ছায়াৰ সৈতে মইও কান্দো,
তুমি কোৱা তোমাৰ কোনো
বন্ধু নাই
লগৰী নাই
শুভাকাংক্ষী নাই,
তুমি নাজানিবা
তোমাৰ নিৰ্জনতাৰ সৈতেও মই থাকো৷

------------------------

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ